কাইলৈ মুকলি নহয় ইণ্টাৰনেট সেৱাঃ হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ৱৰ শৰ্মাৰ সংবাদমেল

  • কাইলৈ মুকলি নহয় ইণ্টাৰনেট সেৱা
  • ৰাজ্যৰ নিৰাপত্তাৰ খাতিৰত মুকলি নহয় ইণ্টাৰনেট সেৱা
  • সংবাদমেলত এই মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ
  • হিংসাত্মক প্ৰতিবাদৰ ভিডিঅ’-আলোকচিত্ৰৰে অভিযোগ মন্ত্ৰীগৰাকীৰ
  • ফেচবুকৰ জড়িয়তে দিছিল প্ৰতিবাদকাৰীয়ে দিছিল হিংসাৰ আহ্বান
  • এজন জ্যেষ্ঠ বুদ্ধিজীৱীৰ উচতনিত জনতা ভৱনত জুই
  • কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত কৰ্মৰত বুদ্ধিজীৱীজন
  • কাজি তনভী অঞ্জুম নামৰ এগৰাকী ব্যক্তিৰ উচতনি
  • জনতা ভৱন জ্বলাই দিয়াৰ লক্ষ্য আছিল প্ৰতিবাদকাৰীৰ
  • সংবাদমেলত এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে
Featuredসংবাদমেল
Comments (0)
Add Comment