ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ পৰিস্থিতি

স্বাভাৱিক মহানগৰীৰ পৰিস্থিতি
  • ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ পৰিস্থিতি
  • মহানগৰীত ৭ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন
  • পুৱা ৯বজাৰ পৰা ৪বজালৈ সান্ধ্য আইন শিথিল
  • খুলিছে দোকান-বজাৰ, পে’ট্ৰল ডিপো সমূহ
  • পৰিস্থিতি স্বাভাৱিক হোৱাত এই সিদ্ধান্ত প্ৰশাসনৰ
  • পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হ’লে সান্ধ্য আইন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা
  • ডিব্ৰুগড়তো ৬ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল
  • ডিব্ৰুগড়ত ৮বজাৰ পৰা বিয়লি ২বজালৈ সান্ধ্য আইন শিথিল
  • ডিব্ৰুগড় পৌৰসভা এলেকাতো শিথিল সান্ধ্য আইন
  • যোৰহাটত, তেজপুৰতো শিথিল কৰা হৈছে সান্ধ্য আইন
স্বাভাৱিক মহানগৰীৰ পৰিস্থিতি
Comments (0)
Add Comment