খেলো ইণ্ডিয়াত ফ্ৰী ষ্টাইল ১x৪০০ দলীয় সাতোঁৰত অসমৰ সাফল্য

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ খেলো ইণ্ডিয়াত অসমৰ সাফল্য অব্যাহত । দলীয় ভাৱে অনূধৰ্ব ২১ ফ্ৰী ষ্টাইল ১x৪০০ মিটাৰ মহিলা সাতোঁৰত অসমৰ দলটোৱে ৰূপৰ পদক লাভ কৰে। আনহাতে মহাৰাষ্ট্ৰৰ দলটোৱে সোণৰ পদক আৰু পশ্চিমবংগৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে।

Featured
Comments (0)
Add Comment