গুবাহাটী ৰেলৱে ষ্টেচনত গাঞ্জা জব্দ

আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী

গুবাহাটীঃ গুবাহাটী ৰেলবে ষ্টেচনত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৪ কেজি গাঞ্জা। নামনিমুবা ৰাজধানী এক্সপ্ৰেছৰ পৰা গাঞ্জাসহ ৰেল আৰক্ষীয়ে আটক কৰে এজন লোকক। ধৃত সৰবৰাহকাৰীটোৰ নাম ডনবক মাউলং । সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্য়াহত ৰাখিছে ধৃত লোকজনক।

গাঞ্জা জৱ্দ