ছেনিটাইজ কৰা হ’ল মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ শুকুৰবাৰে নিশা মহানগৰীৰ অভিজাত ফ্লেট স্পেনিছ গাৰ্ডেনৰ মনীষ তিব্ৰেৱাল নামৰ লোকজন ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাছতে শনিবাৰে পুৱাৰ ভাগত প্ৰশাসনৰ ফালৰ পৰা ছেনিটাইজ কৰা হয় মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট ।

  • যুদ্ধকালীন প্ৰস্তুতি মহানগৰীৰ জু-ৰোডৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টত
  • এপাৰ্টমেণ্টটোৰ এজন লোক ক’ৰোনাৰ আক্ৰান্তৰ পাছতে সংকিত হৈ পৰিছে আন বাসিন্দাসকল
  • বিশেষ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ছেনিটাইজ
  • ছেনিটাইজ কৰি প্ৰতিৰোধমূলক ব্যৱস্থা প্ৰশাসনৰ
  • জু-ৰোডস্থিত এপাৰ্টমেণ্টটোৰ ১ কিলোমিটাৰ দূৰত্বলৈকে ছেনিটাইজ
  • স্পেনিছ গাৰ্ডেনত বৰ্তমান উপস্থিত হৈছেগৈ চিকিৎসকৰ দল
  • স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসকৰ দল উপস্থিত এপাৰ্টমেণ্টটোত
  • উল্লেখ্য যে আক্ৰান্ত লোকজন ১৭ মাৰ্চৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল
মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট
DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment