পলকতে আজিৰ দিনটো-

  • আজি সোমবাৰ
  • অসমীয়া তাৰিখ অনুসৰি ১৫ আঘোণ, ১৯৪১ শক
  • ইংৰাজী তাৰিখ অনুসৰি ২ ডিচেম্বৰ, ২০১৯ চন
  • বিশ্ব প্ৰতিবন্ধী দিৱস
  • ১৮৮৪ ত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম
  • ১৯৭৫ ত লাওছত গণতন্ত্ৰ প্ৰতিষ্ঠা
  • ১৮৮৯ ত স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ জন্ম
Featured