পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকাঃ অসমলৈ ১০ টা অৰ্ধসামৰিক বাহিনীৰ দল

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতি শেহতীয়াকৈ কিছু সাম কটাৰ পাছত কেন্দ্ৰই তাৰ পৰা অৰ্ধসামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এতিয়া জম্মু-কাশ্মীৰত নিয়োজিত থকা ১০ টাকৈ অৰ্ধসামৰিক বাহিনীক অসমলৈ প্ৰেৰণৰ যো-জা চলাইছে।

এই অৰ্ধসামৰিক বাহিনীসমূহক অসমলৈ প্ৰেৰণৰ বাবে ইতিমধ্যে এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে ।

অসমত কেবক লৈ চলি থকা প্ৰতিবাদ আৰু অনাগত দিনত হ’বলগীয়া সাম্ভব্য পৰিস্থিতিক লৈ কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Comments (0)
Add Comment