বৰঝাৰত আবদ্ধ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ বৰঝাৰ বিমানবন্দৰত আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । হেলিকপ্টাৰ যোগে তেজপুৰৰ পৰা বৰঝাৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী । এঘণ্টা ধৰি বিমানবন্দৰৰ ভিআইপি লাউঞ্জত আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীগৰাকী । প্ৰতিবাদকাৰীৰ ৰোষত পৰাৰ ভয়ত এতিয়া বিমানবন্দৰতে আছে মুখ্যমন্ত্ৰী গৰাকী ।

Featured
Comments (0)
Add Comment