১৬ ডিচেম্বৰলৈকে অসমত বন্ধ থাকিব ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ১৬ ডিচেম্বৰলৈকে বন্ধ কৰি ৰখা হ’ব ইণ্টাৰনেট সেৱা । ছ’চিয়েল মিডিয়াৰ জৰিয়তে হ’ব পৰা অপপ্ৰচাৰ ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ।

পূৰ্বৰ ঘোষণা অনুসৰি আজি অৰ্থাৎ ১৪ ডিচেম্বৰলৈকে এই সেৱা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পুনৰ বৃদ্ধি কৰা হয় ইণ্টাৰনেট সেৱা বাতিলৰ দিন ।

Featured
Comments (0)
Add Comment