অশান্ত–অস্থিৰ অসমঃ মধুপুৰ মহোৎসৱ স্থগিত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অহা ২৪ আৰু ২৫ ডিচেম্বৰত কোচবিহাৰৰ মধুপুৰ সত্রত হ’বলগীয়া মধুপুৰ মহোৎসৱ সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ পৰৱর্তী তাৰিখ পাছত ঘোষণা কৰা হ’ব বুলি মধুপুৰ সত্র পৰিচালনা সমিতিৰ সদস্য যুগান্ত বায়নে জনাইছে ৷

Featured
Comments (0)
Add Comment