আজিৰে পৰা অনিৰ্দিষ্ট সময়লৈ বন্ধ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ

  • আজিৰে পৰা অনিৰ্দিষ্ট সময়লৈ বন্ধ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ দুৱাৰ ।
  • ক’ৰোনা ভাইৰাছৰ বাবে এই সিদ্ধান্ত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ ।
  • বন্ধৰ সময়খিনিত কোনো দৰ্শনাৰ্থী মন্দিৰত প্ৰবেশ কৰিব নোৱাৰিব ।
  • কেৱল পূজাৰীয়েহে সম্পন্ন কৰিৱ মন্দিৰৰ নৈমিত্তিক
    কাৰ্য ।
Comments (0)
Add Comment