কিয় ৰাজ্যসভালৈ যোৱাৰ প্ৰস্তাৱক স্বীকাৰ কৰিছো শপত গ্ৰহণৰ পিছত ৰাজহুৱা কৰিমঃপ্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰা হৈছে ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক অধিসূচনাযোগে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছে ৷ মঙল বাৰে এই সন্দৰ্ভত প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে সম্ভৱত অহা কালিলৈ মই দিল্লী লৈ যাম । প্ৰথমে মোক শপত গ্ৰহণ কৰিবলৈ দিয়ক। ইয়াৰ পিছতেই সংবাদ মাধ্যমত সকলো কথা সদৰি কৰি কম যে মই কিয় ৰাজ্যসভালৈ যোৱাৰ প্ৰস্তাৱক স্বীকাৰ কৰিছো।

Comments (0)
Add Comment