খেলো ইণ্ডিয়াৰ লনবলত চেম্পিয়ন অসম

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়া অন্তিম পৰ্যায়ত। প্ৰতিযোগিতাখনত অনুষ্ঠিত হোৱা লন বল শাখাত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে অসমে। অসমে মুঠতে ৭ টা সোণ, ১ টা ৰূপ আৰু ২ টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মুঠতে লন বলৰ প্ৰতিটো শাখাতে পদক অৰ্জন কৰিবলৈ সক্ষম হয় অসম দলটোৱে।

Featured
Comments (0)
Add Comment