গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত জিলিকি উঠিল অসমৰ প্রতীকপট

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড ।

গণৰাজ্য দিৱসৰ এক অন্যতম কার্যসূচী হৈছে বিভিন্ন ৰাজ্যৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি প্রদর্শন ৷ দেশৰ আন আন ৰাজ্যসমূহৰ সমান্তৰালকৈ অসমেও গণৰাজ্য দিৱসৰ প্রতীকপট প্রদর্শন কৰে ।

গণৰাজ্য দিৱসৰ প্রতীকপট প্রদর্শনত ৰাজ্যখনৰ পৰা প্রদর্শিত হ’ল আপুৰুগীয়া বাঁহ আৰু বেত শিল্প, হস্ততাঁত আৰু বস্ত্রশিল্পৰ লগতে ভোৰতাল নৃত্যই ৷

Featuredগণৰাজ্য দিৱস
Comments (0)
Add Comment