গুৱাহাটী- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত

পৰৱৰ্তী সময়ত ঘোষণা হ'ব পৰীক্ষা সূচী
  • ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ
  • আজি হ’বলগীয়া গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত
  • স্থগিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা
  • পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব পৰীক্ষা সূচী
  • সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত
পৰীক্ষা স্থগিত
Comments (0)
Add Comment