ডিমৌত আলফাৰ নামত ধনদাবীঃ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ আলফাৰ নামত ধনদাবী কৰাৰ অভিযোগত শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক । আৰক্ষীয়ে ডিমৌৰ ৰাজমাইৰ পৰা গ্ৰেপ্তাৰ কৰে চাবুৱাৰ আব্দুল তাফজল নামৰ যুৱকজনক । আব্দুল তাফজলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’লেও আন দুজনে পলায়ন কৰে । উল্লেখ্য যে, ভিন্ন সময়ত আলফাৰ নামত ব্যৱসায়ীক ধনদাবী কৰি আহিছিল আব্দুলে ।

Featured
Comments (0)
Add Comment