তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কি হৈছে?

উদ্ধাৰ প্ৰসূতিৰ মৃতদেহ
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা
  • চিপ লোৱা অবস্থাত উদ্ধাৰ প্ৰসূতিৰ মৃতদেহ
  • মৃত মহিলাগৰাকীৰ নাম সাধনা মণ্ডল
  • মঙলবাৰে মহিলাগৰাকীয়ে জন্ম দিছিল এটি সন্তান
  • বৃহস্পতিবাৰৰ পৰাই সন্ধান নাছিল মহিলাগৰাকী
  • এটা কোঠাত চিপ লোৱা অবস্থাত উদ্ধাৰ মৃতদেহটো
উদ্ধাৰ প্ৰসূতিৰ মৃতদেহ
Comments (0)
Add Comment