দশম শ্ৰেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমীয়াঃ হিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল 

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • অসমত ‘অসমীয়া’ হ’ব ৰাজ্যভাষা
  • যিকোনো মাধ্যমৰ বিদ্য়ালয়ত অসমীয়া বাধ্যতামূলক হ’ব
  • দশম শ্ৰেণীলৈকে বাধ্যতামূলক বিষয় হ’ব অসমীয়া
  • বৰাক-পাবৰ্ত্য আৰু BTADত সহযোগী ভাষা থাকিব
  • অবিভক্ত গোৱালপাৰা জিলাত হ’ব কমতাপুৰ স্বায়িত্ব শাসিত পৰিষদ
  • মৰাণ-মটক অধ্যুষিত অঞ্চলত ২খন স্বায়িত্ব শাসিত পৰিষদ গঠন
  • ২০২০ৰ মাৰ্চৰ ভিতৰত এই সন্দৰ্ভত আইন প্ৰণয়ণ
  • মে’ মাহত হ’ব এই পৰিষদ দুখনৰ নিৰ্বাচন
  • ৩খন উন্নয়ণ পৰিষদ পুনৰ গঠন
  • মৰাণ-মটক-চুতীয়া জনগোষ্ঠীৰ বাবে ৫০০কোটি, প্ৰতিটো জনগোষ্ঠীৰ বাবে ১২৫কোটি টকাকৈ ধাৰ্য
  • টাই আহোম পৰিষদৰ বাবে ২৫০ কোটি ধাৰ্য
  • জনগোষ্ঠীসমূহৰ বাবে শিক্ষানুষ্ঠানত আসন সংৰক্ষণ
  • গোলাঘাটত হ’ব ‘সতী সাধিনী’ বিশ্ববিদ্যালয়
  • বিশ্ৱনাথ জিলাত পুৰণি অবিভক্ত শিৱসাগৰ জিলাত নতুনকৈ হ’ব নতুন মেডিকেল কলেজ
  • সতী সাধিনীৰ জন্মদিন ৭ ব’হাগত ৰাজ্যিক বন্ধ ঘোষণা
  • পাঠশালাক সদৰ হিচাপে লৈ বজালী নতুন জিলা গঠন
  • ১০০খন চাহ-বাগিচাত হ’ব ১০০খন নতুন হাইস্কুল
  • মৰাণ-মটক-চাহ জনগোষ্ঠীৰ বাবে মেডিকেলত আসন
  • অসম চাহ নিগমত কৰ্মৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৰ্মচাৰীসকলে পাব ১৬৭টকা
  • বৰাক উপত্যকাৰ কৰ্মচাৰীসকলে পাব ১৪৫টকাকৈ
  • অহা বিধানসভাত উত্থাপন হ’ব দুখনকৈ গুৰুত্বপূৰ্ণ আইন
  • খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰ আইন উত্থাপন কৰা হ’ব
  • অসমৰ ভূমি বাহিৰৰ লোকে ক্ৰয় কৰিব নোৱাৰিব
সংবাদমেল
Comments (0)
Add Comment