নশ্বৰদেহ হৈ অসমলৈ উভতিল প্ৰাচী

নিউজডেস্ক, ১২ নৱেম্বৰঃ

  • মঙলবাৰে অসমলৈ অনা হ’ল মুম্বাইত ৰহস্যজনক ভাৱে মৃত্যু হোৱা গুৱাহাটীৰ মেধাৱী ছাত্ৰীৰ মৃতদেহ
  • দেওবাৰে ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাচী কাশ্যপ নামৰ ছাত্ৰীগৰাকীৰ
  • বান্দ্ৰাস্থিত ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ১৯ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ
  • মুম্বাইত মৃত্যু হোৱা প্ৰাচী কাশ্যপৰ ঘৰ গুৱাহাটীৰ দক্ষিণগাঁৱত
  • মুম্বাইৰ চেতনা কলেজত গণসংযোগ বিভাগত অধ্যয়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে
  • ছবি জগত আৰু মডেলিং জগতৰ সৈতেও জড়িত আছিল প্ৰাচী কাশ্যপ
Featured