নাগৰিকত্ব সংশোধনী বিধেয়কঃ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ বুধবাৰে কেন্দ্ৰীয় কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন দিলে কেবিনেটে । বুধবাৰে পুৱা সংসদত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা নাই হয় এই বিধেয়ক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে আন আন কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত । ৯ ডিচেম্বৰত লোকসভাত আৰু ১০ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰি গৃহীত কৰা হ’ব এই বিধেয়ক ।

Featured