পলকতে আজিৰ দিনটো-

  • আজি সোমবাৰ
  • অসমীয়া তাৰিখ অনুসৰি ২২ আঘোণ, ১৯৪১ শক
  • ইংৰাজী তাৰিখ অনুসৰি ৯ ডিচেম্বৰ, ২০১৯ চন
  • ১৬০৮ ত ইংৰাজ কবি জন মিল্টনৰ জন্ম
  • ১৮২৫ ত চিপাহী বিদ্ৰোহৰ বীৰ তুলাৰামৰ জন্ম
  • ১৮৯৮ ত বংগৰ প্ৰসিদ্ধ বেলুৰ মঠ নিৰ্মাণ
  • ১৯৪৫ ত অভিনেতা শত্ৰুঘ্ন সিন্হাৰ জন্ম
Featured
Comments (0)
Add Comment