পলকতে আজিৰ দিনটো

  • আজি দেওবাৰ
  • অসমীয়া তাৰিখ অনুসৰি ৩০ কাতি , ১৯৪১ শক
  • ইংৰাজী তাৰিখ অনুসৰি ১৭ নৱেম্বৰ, ২০১৯ চন
  • ১৯৮২ চনত ক্ৰিকেটাৰ ইউছুফ পাছানৰ জন্ম
  • ১৯৩৯ চনত চৈয়দ ছাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী
  • ১৯৩২ চনত তৃতীয় আৰু অন্তিম ঘূৰণীয়া মেজমেল
  • ১৯২০ চনত অভিনেতা জেমিনি গণেশনৰ জন্ম
Featured