ব্যক্তিগতকৰণ নহয় নুমলীগড় শোধনাগাৰ

ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
  • ব্যক্তিগতকৰণ নহয় নুমলীগড় শোধনাগাৰ
  • ব্য়ক্তিগতকৰণৰ পৰা বাহিৰত ৰখা হৈছে শোধনাগাৰটো
  • এই ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
  • NRLৰ ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে চলিছিল ব্যাপক প্ৰতিবাদ
  • সংসদটো একাংশ সাংসদতে প্ৰতিবাদ কৰিছিল ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে
  • কেবিনেট বৈঠকৰ এই সিদ্ধান্তক আদৰণি আছুৰ
  • NTPCৰ সৈতে চামিল কৰা হৈছে NEEPCOক
  • NEEPCOৰ ১০০ শতাংশ শ্বেয়াৰ NTPCৰ
  • ব্য়ক্তিগতকৰণ কৰা হৈছে BPCLক
অসমবাসীৰ বাবে সুখবৰ