লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৩টাকৈ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন
  • ঢকুৱাখনা-লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা।
  • ঢকুৱাখনাত পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন।
  • মুকলি কৰিলে বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ।
  • মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰও মুকলি কৰে মন্ত্ৰীজনে।
  • ঢকুৱাখনা অসামৰিক হাস্পতালত হ’ব বিনামূলীয়া তেজ পৰীক্ষা,
    স্থাপন হ’ব এটা ব্লাড বেংক।
  • অসম মালা আঁচনিৰ অধীনত ঢকুৱাখনাৰ পৰা ধেমাজিলৈ হ’ব নতুন পথ।
  • গোগামুখ-বেবেজীয়া-জেংৰাইমুখলৈও হ’ব নতুন পথ।
  • BPL-মধ্যবিত্ত লোকে ২লাখ টকালৈকে পাব কেন্সাৰ-কিডনী-হাৰ্টৰ বিনামূলীয়া চিকিৎসা।
  • ১২ বছৰৰ তলৰ শিশুসকলৰ যিকোনো বেমাৰ অটল অমৃতৰ দ্ৱাৰা ২লাখলৈ বিনামূলীয়া।
  • জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসা অটল অমূতৰ দ্বাৰা ২লাখলৈ বিনামূলীয়া।
  • লখিমপুৰত নতুনকৈ আৰম্ভ হ’ব এখন কেন্সাৰ হাস্পতাল।
  • কেইবাটাও গুৰুত্ৱপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীজনে।
নতুন আঁচনিৰ আধাৰশিলা