ৰাজ্যত সেনাৰ ৫ টা কোম্পানী মোতায়েন

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ  কেবক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজ্যখনৰ অগ্ণিগর্ভ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সেনাবাহিনীৰ ৫টা কোম্পানী নিয়োজিত কৰা হৈছে ৷

সংবাদ প্রতিষ্ঠান পি টি আইক সামৰিক বাহিনীৰ লেফটেনেণ্ট কর্নেল পি খংবাইয়ে জনোৱা মতে, ইয়াৰে দুটা কোম্পানী গুৱাহাটী মহানগৰীত নিয়োগ কৰা হৈছে ৷ ডিব্রুগড়, তিনিচুকীয়া আৰু যোৰহাট জিলাত সেনাৰ এটাকৈ কোম্পানী নিয়োগ কৰা হৈছে ৷

Comments (0)
Add Comment