নগৰবেৰাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ নগৰবেৰাৰ পাহাৰপাৰাত আজি দোকমোকালিতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ চাঞ্চল্যকৰ আত্মহত্যা। জ্যোতিষ মেধি (২৫) নামৰ যুৱকজনৰ চিপ লৈ আত্মহত্যা। বিদ্যুৎ বিভাগৰ এম আৰ (Meter Reader) হিচাপে কৰ্মৰত আছিল জ্যোতিষ মেধি। আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ দিহা কৰে। যুৱকজনৰ আত্মহননৰ বাতৰিয়ে চাঞ্চল্য বিয়পায় অঞ্চলজুৰি।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured