ৰূপহীহাট আৰক্ষীৰ জালত আইপিএল জুৱাৰী 

নিয়মীয়া বাৰ্তা, ৭ মে’ : ৰূপহীহাটত আইপিএল জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ বিভিন্ন স্থানত আইপিএল জুৱাৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত আজি পুৱাৰ ভাগত আটক কৰে এগৰাকী আইপিএল জুৱাৰীক। আটকাধীন জুৱাৰীজন হ’ল ৰূপহীহাটৰ দীঘলীৰ মুক্তাৰ হুছেইন। আৰক্ষীয়ে আটকধীন জুৱাৰীজনৰ পৰা এটা আই ডিৰ লগতে নগদ ধন উদ্ধাৰ কৰে বুলি জানিব পৰা যায়।আৰক্ষীয়ে আটকাধীন মুক্তাৰ হুছেইনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক জহিৰুল ইছলাম

Featured