ঢেকীয়াজুলিত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী অশোক সিংহলৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ এপ্ৰিলঃ আজি সম্পন্ন হোৱা অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়াত পৰিয়াল সদস্যসহ অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে। শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলিৰ ভোটপাৰাস্থিত বাণী নিকেতন কেন্দ্ৰত মন্ত্ৰী সিংহলে তেওঁৰ মাতৃ, পত্নী আৰু দুই পুত্ৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে।

Featured