নলবাৰীত ৰাস উপলক্ষে স্থানীয় বন্ধ ঘোষণা

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : নলবাৰী হৰি মন্দিৰত চলি থকা ৯০সংখ্যক ৰাস মহোৎসৱ উপলক্ষে কাইলৈ জিলা প্ৰশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। আজি নলবাৰী জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ চিঠিৰ মেমো নম্বৰ NPE-14/97/269-Aযোগে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

Featured