বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃৰ বিয়োগ

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ

🔴মাতৃহাৰা হল বিধায়ক সুশান্ত বৰগোহাঁই।

🔴সুশান্ত বৰগোহাঁইৰ মাতৃ ননী বৰগোহাঁইৰ দেহাৱসান।

🔴নয়দাৰ এখন হাস্পতালত চিকিতসাধীন হৈ আছিল তেওঁ।

🔴বিগত কিছুদিন তেওঁ আছিল অসুস্থ।

Featured