লখিমপুৰত সংঘটিত পথ দুৰ্ঘটনাত আছুৰ জিলা সম্পাদক স্বৰাজ শংকৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ লখিমপুৰৰ কণানদীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ অকাল মৃত্যু হৈছে। জানিব পৰা মতে লখিমপুৰৰ পৰা নিজা ঘৰ ঢকুখনালৈ গৈ থাকোঁতে সংঘটিত হয় দুৰ্ঘটনাটো। গগৈৰ অকাল বিয়োগত সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে।

Featured