আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ ছেপ্টেম্বৰ, আহিন মাহৰ ১১ তাৰিখ
শুকুৰবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : শুভ

মেষ : কন্যা সন্তানৰ বিবাহৰ সংযোগ৷ আর্থিকত ভাল ক’ব পৰা যায়৷ কর্মস্থানত কিছু অসুবিধা পাব৷
বৃষ : ঘৰুৱাত মধ্যম৷ শৰীৰ ভাল দেখা নাযায়৷ প্রেমত প্রতাৰণা৷ ভ্রমণৰ যোগ৷
মিথুন : উচ্চ শিক্ষাত বাধা আহিব৷ ভ্রমণ নকৰা ভাল৷ গ্রন্থৰ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগত উপকৃত হ’ব৷
কর্কট : দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়৷ প্রয়োজনত বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷ প্রেমত মধ্যম বুলি ক’ব পৰা যায়৷
সিংহ : ব্যৱসায়ত পৰিকল্পনা মতে সফল হ’ব পাৰিব৷ ঘৰুৱাত ভাল৷ আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব৷ বগা ৰুমাল গলত ৰাখিব৷
কন্যা : নিবনুৱাসকলৰ দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব৷ পৰীক্ষার্থীয়ে পঢ়াত মনোযোগ দিয়ক৷ প্রেমত অশুভ৷
তুলা : আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে৷ প্রেমত শুভ আৰু বিবাহৰ প্রস্তাৱ আগবঢ়াব পাৰে৷
বৃশ্চিক : ব্যৱসায়ত জামেলা থাকিব৷ আর্থিক লেনদেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ চাকৰিয়ালসকলৰ বাবে দিনটো ভাল৷
ধনু : গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়৷ বিদ্যাত অগ্রসৰ হ’ব পাৰিব৷ খং–ৰাগ কৰি দিনটো বেয়া নকৰিব৷
মকৰ : বিদ্যাত ভাল৷ চাকৰিয়ালসকল অলপ সাৱধান হোৱা ভাল৷ দূৰ ভ্রমণ নকৰিব৷ প্রেমত শুভ৷
কুম্ভ : খং নিয়ন্ত্রণ কৰক৷ দাম্পত্য আৰু প্রেমত শুভ৷ ভ্রমণৰ সম্ভাৱনা আছে৷ বিদ্যাত বাধা৷
মীন : নতুন কাম হাতত ল’ব পাৰে৷ ব্যৱসায়ীসকলৰ ভাল৷ প্রেম–প্রণয়ত শুভ৷ নতুন কর্ম লাভৰ যোগ৷

Featured