আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ জুলাই, শাওণ মাহৰ ১৩ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : ভৰণী, যাত্রা : নাই

মেষ : ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযাব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷

বৃষ : দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানৈক্যৰ সৃষ্টি৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

মিথুন : কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিক বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

কর্কট : ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷

সিংহ : পুৱাৰ ভাগত মনটোত উদ্বেগ দেখা যায়৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷

কন্যা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব৷ প্রেমত বাধা, ঘৰুৱাত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

তুলা : দিনটো বৰ উন্নত নহ’ব পাৰে৷ অকাৰণত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : আর্থিক বাধা নাপাব৷ শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬৷

ধনু : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷

মকৰ : শৰীৰ প্রায় অনুকূল থাকিব৷ বিদ্যাত যত্নপৰ হওক৷ অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব৷ ব্যৱসায়ত মধ্যম উন্নতি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷

কুম্ভ : কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে৷ দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

মীন : পুৱাৰ ভাগত মনটোl উদ্বেগ দেখা যায়৷ খৰচৰ মাত্রা বাঢ়িব৷ প্রেম–প্রীতিত আন্তৰিকতা৷ সন্তানৰ প্রতি মনোযোগ দিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

Featured