আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৭ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : পূর্বষাঢ়া, যাত্রা : নাই

মেষ : চিকিৎসকসকলৰ দায়িত্ব যথেষ্ট বাঢ়িব৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ সন্তানৰ সুকীর্তি দেখা যায়৷ দাম্পত্যত শুভ৷ শুভ ৰং কমলা, সংখা ৯৷

বৃষ : নিবনুৱাসকলৰ কর্মপ্রাপ্তিৰ যোগ৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ প্রেমত বাধা৷ শুভ ৰং বগা, সংখ্যা ৭৷

মিথুন : আর্থিক আয়–ব্যয় সমান৷ বিদ্যাত শুভ৷ আপোনাৰ কর্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব৷ দাম্পত্যত মতানৈক্য হোৱাৰ সম্ভাৱনা৷ শুভ ৰং ৰঙা, সংখ্যা ২৷

কর্কট : এই ৰাশিৰ জাতক–জাতিকাসকলৰ দিনটো শুভ৷ প্রেমত সফল৷ বিদ্যাত শুভ৷ আর্থিক জটিলতা৷ শুভ ৰং বগা, সংখ্যা ৯৷

সিংহ : আজি ব্যয় বৃদ্ধি পাব৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভত আনন্দ৷ কর্মসূত্রে ভ্রমণৰ সুযোগ পাব৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া, সংখ্যা ৪৷

কন্যা : ফুৰা–চকাত সতর্ক হ’ব৷ সন্তানক লৈ চিন্তিত হ’ব৷ পুৰণি বন্ধুৰ সংগ পাব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৫৷

তুলা : শৰীৰ মধ্যম৷ বিবাহ প্রার্থীৰ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ কোনো সংবাদ সংযোগত আনন্দ৷ শুভ ৰং কমলা, সংখ্যা ৪৷

বৃশ্চিক : আনক উপকাৰ কৰিবলৈ যাওঁতে নিজে বিপদত পৰাৰ আশংকা বেছি৷ সৰু–সুৰা অসুখত ভুগিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ২৷

ধনু : হাতত লোৱা কোনো পৰিকল্পনা বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা৷ কর্মদক্ষতা বৃদ্ধি পাব৷ দাম্পত্যত মতানৈক্য হোৱাৰ সম্ভাৱনা৷ শুভ ৰং বগা, সংখ্যা ৬৷

মকৰ : কোনোৱে আর্থিক দিশত অসুবিধা পাব পাৰে৷ বন্ধুবর্গৰ সহযোগত আনন্দিত৷ প্রেমত বাধা৷ বিদ্যাত শুভ৷ শুভ ৰং গুলপীয়া, সংখ্যা ৭৷

কুম্ভ : ভ্রমণ নকৰাই ভাল৷ পেট বা মূৰৰ বিষৰ দৰে সৰু–সুৰা অসুখত ভুগিব পাৰে৷ প্রেমত পোৱা বাধা আঁতৰ হ’ব৷ শুভ ৰং হালধীয়া, সংখ্যা ৯৷

মীন : ব্যয়ৰ মাত্রা বাঢ়িব৷ ভ্রমণত সাৱধান হোৱা উচিত৷ বিদ্যাত শুভ ফল৷ পাৰিবাৰিক দিশত দিনটো উন্নত৷ শুভ ৰং বগা, সংখ্যা ৭৷

Featured