উৰুকাৰ আনন্দ উলাহৰ মাজতে বনৰীয়া হাতীৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ  যোৱা নিশা  চৰাইদেউ জিলাৰ সোনাৰী পাশ্বৱৰ্তী  টাওকাক চাহ বাগিচাৰ বিহাৰী লাইনত নিশা প্ৰায় ১১:৪৫ মান বজাত অভয়পুৰ সংৰক্ষিত বনাঞ্চল পৰা খাদ্যৰ সন্ধানত ওলাই অহা  বনৰীয়া হাতীৰ এটা জাকে  নিশা অঞ্চলটোত  তাণ্ডৱ চলাই বাগিছা লাইনৰ   টুলটুলআলী, অতোলাখাতুন আৰু ৰাজু আলীৰ ঘৰ ভাঙি লণ্ড ভণ্ড   কৰাৰ লগতে বাৰীত থকা কলগছ, শাক-পাচলি খায় তহিলঙ কৰি ক্ষতিসাধন কৰে  ।

Featured