অসমক কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ সতর্কবাণী

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ  উৎসৱৰ পৰিৱেশত ৰাজ্যত ক’ভিড পৰিস্থিতি বৃদ্ধি হোৱাৰ সম্ভাৱনাক লৈ অসম আৰু পশ্চিমবংগক কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সতর্ক কৰি দিছে৷

স্বাস্থ্য মন্ত্রালয়ৰ অতিৰিক্ত সচিব আৰতি আহুজাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবলৈ পত্র প্রেৰণ কৰি ক’ভিড সংক্রমণ বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তাক লৈ সতর্ক হৈ থাকিবলৈ পৰামর্শ দিছে৷ এই সময়ছোৱাত লোকৰ সমাগম আৰু যাত্রা হ্রাস কৰাৰ বাবেও পত্রখনত নির্দেশ দিছে মন্ত্রালয়ে৷

Featured