জুনলৈকে CAA নাহে, সেইটো মই কৈ দিলোঃ জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ জুনলৈকে CAA নাহে, মোদীয়ে মই কোৱাৰ আগতে মই কৈ দিলো এই মন্তব্য জুবিন গাৰ্গৰ। CAAৰ বিৰুদ্ধে মই সদায় আছো, প্ৰতিবাদ কৰি আছো। জুনৰ পাছত আমি CAAৰ কথা চিন্তা কৰিম।

দল যিহেতু গঠন হ’লেই এই ক্ষেত্ৰত মই একো কৰিব নোৱাৰো। কিন্তু মই দলৰ লগত নাই। কিন্তু CAAৰ বিৰুদ্ধে আছো। সদ্য মুক্তি পোৱা  বৃন্দাবন চুপাৰ মাৰ্ট সন্দৰ্ভতো তেওঁ কয় যে ইয়াত কোনোধৰণৰ ৰাসায়নিক সাৰ নিদিয়াকৈ সম্পূৰ্ণ ঘৰুৱাভাৱে খেতি কৰা পাচলি পাব। ৰাইজৰ  বিপুল সঁহাৰি পাইছো। এনেহ’লে সমগ্ৰ ৰাজ্যতে মুকলি কৰা হ’ব। মহানগৰীৰ ৫খন ঠাইত হ’ব এই চুপাৰ মাৰ্ট বুলি সাংবাদিকৰ আগত কয় জুবিন গাৰ্গে।