মহানগৰীত অঘটন

মাটি খহি আবদ্ধ ৪জন লোক

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্ৱৰঃ গুৱাহাটী মহানগৰীৰ জতিয়াত অঘটন। বিপদজ্জনকভাৱে পাহাৰ কাটি গাৰ্ডৱাল নিমাণ কৰি থাকোতেই মাটি খহি আবদ্ধ হয় ৪জন বনুৱা। স্থানীয় ৰাইজে জীবন্তে উদ্ধাৰ কৰে আটাইকেইজন লোকক। মহানগৰীত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ পাহাৰখনন কাৰ্য। কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে চকু মুদা কুলিৰ ভাও জোৰা বুলি অভিযোগ তুলিছে ৰাইজে।

মহানগৰীত অঘটন