মহানগৰবাসীৰ বাবে সুখবৰ

লাষ্টগেট উৰণীয়া সেতুৰ আধাৰশিলা

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ মহানগৰীত দৈনিক বৃদ্ধি পোৱা যান-যঁটৰ সমস্যা দূৰ কৰিবৰ বাবে নতুনকৈ নিৰ্মাণ হ’ব দুখন উৰণীয়া সেতু। আজিৰে পৰা আৰম্ভ হ’ব লাষ্টগেট উৰণীয়া সেতুৰ কাম। ১২৭কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব  ১৪শ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিব উৰণীয়া সেতুখনৰ। তদুপৰি মালিগাঁও চাৰিআলিতো নতুনকৈ নিৰ্মাণ হ’ব আন এখন উৰণীয়া সেতু। ৩বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম। 

লাষ্টগেট উৰণীয়া সেতুৰ আধাৰশিলা
Comments (0)
Add Comment