মহানগৰীত নতুনকৈ ৰং কৰা দেৱালত ‘NO CAB’

  • মহানগৰীৰ ভিন্ন স্থানৰ ৰং কৰা দেৱালত কেব বিৰোধী শ্ল’গান
  • পিক নহয়, এইবাৰ নিশাটোৰ ভিতৰতে মহানগৰীৰ দেৱাল ভৰিল CAB বিৰোধী শ্ল’গানেৰে
  • ৰং কৰা দেৱাল পুনৰ লিখাক লৈ প্ৰতিক্ৰিয়া
  • নিশাৰ ভিতৰতে একাংশ প্ৰতিবাদকাৰীয়ে কৰিলে এই কাৰ্য
  • মহানগৰীৰ দেৱাল লিখনেৰে প্ৰতিবাদ একাংশৰ 
  • নতুনকৈ ৰং কৰা দেৱালে দেৱালে কেব বিৰোধী বিভিন্ন শ্ল’গান
  • অৱশ্যে পৰৱৰ্তী সময়ত প্ৰশাসনৰ লোকে এইশ্ল’গানসমূহ আতৰাই পেলায়
Featured
Comments (0)
Add Comment