মহানগৰীৰ ক’ত ওলাইছে নাহৰফুটুকী ?

AECত নাহৰফুটুকীৰ আতংক

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ জালুকবাৰীৰ AECত পুৱতিনিশা নাহৰফুটুকীৰ আতংক। বাঘৰ আক্ৰমণত আহত চিভিল ইঞ্জিনিয়াৰিঙৰ তৃতীয় ষান্মাসিকৰ দেৱব্ৰত চুতীয়া নামৰ ছাত্ৰজন। সম্প্ৰতি চিৎকিসাধীন অৱস্থাত আছে ছাত্ৰজন। আনহাতে আক্ৰমণ কৰা বাঘটোক স্থানীয় ৰাইজে দা-লাঠিৰে অতি নিৰ্মম ভাৱে হত্যা কৰে। নিশা হ’লেই প্ৰায়েই খাদ্যৰ সন্ধানত জনাঞ্চললৈ পাহাৰৰ পৰা নাহৰফুটুকী নামি আহে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

AECত নাহৰফুটুকীৰ আতংক
Comments (0)
Add Comment