স্বামীৰ লগতে জামিন পালে কমেডিয়ান ভাৰতী সিঙে…

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ অৱশেষত জামিন লাভ কৰিলে কমেডিয়ান ভাৰতী সিংসহ তেওঁৰ স্বামীয়ে। আজি আদালতৰ জামিন আবেদনৰ শুনানিত দুয়োকে জামিন দিয়া হয়। অৱশ্যে নার্ক’টিক কণ্ট ’ল ব্যুৰ’ৱে হর্ষ লিম্বাচিয়াক নিজৰ জিম্মাত বিচাৰে যদিও আদালতে সেয়া নামঞ্জুৰ কৰে।

উল্লেখ্য, যোৱা ২১ নৱেম্বৰত ড্রাগছৰ গোচৰত গ্রেপ্তাৰ কৰা ভাৰতী সিং আৰু তেওঁৰ স্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছিল৷ অভিনেতা–অভিনেত্রী দম্পতীৰ বাসভৱনত এন চি বিয়ে জব্দ কৰিছিল গাঞ্জা