প্ৰাচী কাশ্যপৰ ৰহস্যজনক মৃত্যু : ন্যায় বিচাৰি কৰ্মাচৰ শিক্ষাৰ্থীৰ সমদল

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ মায়ানগৰী মুম্বাইত মৃত্যুবৰণ কৰা মহানগৰীৰ দক্ষিণগাঁৱৰ প্ৰতিভাৱান ছাত্ৰী প্ৰাচী কাশ্যপ হত্যাৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে বিয়লি ৰাজপথত উলিওৱা হ’ব এক সমদল । গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত বিয়লি ৪.৩০ বজাত উলিওৱা হ’ব এই সমদল । কৰ্মাচ পইণ্টৰ পৰা চানমাৰি পুলিচ পইণ্টলৈ বাহিৰ হ’ব লগা এই সমদলত প্ৰাচীৰ মৃত্যুৰ ন্যায় বিচাৰি ছাত্ৰ-ছাত্ৰীৰ লগতে শিল্পী আৰু ভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰিব ।

অভিনেতা আমিৰ খানৰ সৈতে প্ৰাচী
Featured