কিয় চৌহানে কলে মোডী ভগৱান ৰাম আৰু অমিত শ্বাহ হনুমান বুলি

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰে যে পৃথিৱীৰ কোনো শক্তিয়ে নাগৰিকত্ব বিধেয়ক আইন বলৱৎ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে। মোডীয়ে দেশৰ এনেকুৱা এজন প্ৰধানমন্ত্ৰী যি কাৰো ভাবুকি লৈ ভয় নকৰে। মোডী সিংহ । আনহাতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নৰেন্দ্ৰ মোডী ভগৱান ৰাম আৰু অমিত শ্বাহ হনুমান।

Featured
Comments (0)
Add Comment