অযোধ্যাৰ ৰায়ৰ পিছত ভাৰতক ৰক্তাক্ত কৰাৰ চেষ্টা পাকিস্তানী সন্ত্ৰাসবাদীৰ

নতুন দিল্লীঃ পাকিস্তানী সন্ত্ৰাসবাদীৰ টাৰ্গেট দিল্লাী-উত্তৰ প্ৰদেশ-হিমাচল প্ৰদেশসহ ৱহু গুৰুত্ৱপূৰ্ণ স্থান। ভাৰতৰ ইতিহাসৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভূমি বিবাদৰ গোচৰটো শান্তিপূৰ্ণভাবে নিস্পত্তি হোৱা কাৰ্যক সহজভাবে লৱ পৰা নাই চিৰবৈৰী পাকিস্তানে। ভাৰতৰ কেইবাখনো মহানগৰ ৰক্তাক্ত কৰাৰ ব্লু-প্ৰিণ্ট পাকিস্তানী সন্ত্ৰাসবাদীৰ।