আজি কৰ্ণাটকৰ ১৫ টা সমষ্টিত উপ-নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ কৰ্ণাটকত বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে পোন্ধৰটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই উপ-নিৰ্বাচনত প্ৰধানকৈ বিজেপি, কংগ্ৰেছ আৰু জনতা দল ছেকুলাৰৰ মাজত মূল প্ৰতিদ্বন্দিতা হ’ব । ইপিনে এই উপ-নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ ওপৰি প্ৰায় ১০০ তকৈ অধিক নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । উল্লেখ্য যে ইয়াৰ ফলাফল অহা ৯ ডিচেম্বৰত ঘোষণা কৰা হ’ব ।

Featuredkarnataka bypolls
Comments (0)
Add Comment