উত্তৰ পূব এতিয়াৰ বিকাশৰ ইঞ্জিনঃ প্ৰধানমন্ত্ৰী মোডী

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ বৃহস্পতিবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে উত্তৰ পূব ভাৰত যি বহু বছৰ ধৰি উপেক্ষিত হৈ আছিল এতিয়া বিকাশৰ ইঞ্জিনলৈ পৰ্যবেশিত হৈছে। আৰু কেন্দ্ৰই সেই অঞ্চলৰ বিকাশৰ বাবে কাম কৰি আহিছে। এতিয়া পৰিৱেশ সলনি হৈছে। কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰায়েই সেই অঞ্চল ভ্ৰমণ কৰে।

Comments (0)
Add Comment