এটি এম হেক কৰাৰ অভিযোগত চাৰি বিদেশী নাগৰিক আটক

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ এটিএম হেক কৰাৰ অপৰাধত পশ্চিম বংগৰ আৰক্ষীয়ে মঙলবাৰে দুজন তুৰ্কী আৰু দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে আগৰতালা আৰক্ষীয়ে এটিএম হেক কৰাৰ অভিযোগত ইতিমধ্যেই ৰুজু কৰা হৈছে। বিদেশী লোক কেইজনক নিজৰ জিম্মাত ত্ৰিপুৰা আৰক্ষীৰ এটা দল কলকাতালৈ ৰাওনা হৈছে

4 person arrestatmcloningFeaturedkolkatta