গাড়ীত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৭

  • বুধবাৰে পুৱা আফগানিস্তানৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়
  • এখন গাড়ীত সংস্থাপিত হৈ আছিল এই বোমা
  • বিস্ফোৰণৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৭ জনৰ অৱস্থা সংকটজনক 
FeaturedNIYAMIA BARTAআফগানিস্তানৰ কাবুলনিহত ৭বোমা বিস্ফোৰণ