গোৱাত ভূ-পতিত মিগ বিমান

বিমান খনৰ দুয়োজন পাইলট সুৰক্ষিত

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ গোৱাত আজি এখন মিগ যুঁজাৰু-২৯ কে বিমান ভূ-পতিত হয়। প্ৰশিক্ষণৰ বাবে উৰণ সম্পন্ন কৰাৰ সময়ত বিমানখন ভূপতিত হয়। অৱশ্যে বিমানখনৰ দুয়োজন পাইলট সুৰক্ষিত ভাৱে বিমান খনৰ পৰা ওলাই আহিবলৈ সক্ষম হয়।

crashedFeaturedfighter planegoa